Learn Digital Marketing in Assamese in Just 30 Days with Assamese Leading Coach .
Digital Marketing Assamese School

Our Courses

Digital Nursery

Digital Primary Course (2Months)

Digital Primary Course Content

1.Artificial Intelligence

2.Editing

3.Content Creation

4.Social Media Marketing

5.Social Media Optimisation

6.SEO

7.SEM

8.Website Designing

9.Ad  For Lead Generation

10.GMB

11.Affiliate Marketing

12.Free Lancing

13. Google Ad

Digital Nursery
Digital Secondary

Meet The Mentor

          মই চুমকী বৰুৱা, A Student of Digital Azadi School. I have completed

 

Digital Marketing Course under the Mentorship of Sandeep Bhansali

Sir.Digital Marketing প্ৰয়োগ কৰি,নিজৰ অভিজ্ঞতাখিনি লৈ আপুনিও Highly

Skilled Professionals হৈ উচ্চ আয়ৰ চাকৰিও লব পাৰিব, কোনো Extra Degree

নোলোৱাকৈয়ে আয়ৰ বিভিন্ন Source বিছাৰি লব পাৰিব।

Benefits of Becoming a Digital Marketing Expert


#High Paying Job #Self Business Growth,# Skilled Professional #Growth Potential #Create MSI #Safe Career
এই Digital ৰ যুগত সকলো Businessman এ নিজৰ Business Online লৈ নি

Digital Marketing নিজেই কৰি লৈ নিজৰ Business দহ গুনে বৃদ্ধি কৰি লব পাৰিব।তাৰোপৰি
১৫-১৬ বছৰ ইমান কষ্ট কৰি Career বনোৱাৰ পাছতো যদিএটা ভাল চাকৰি নাপায়,

তেতিয়া Digital Marketing ৰ ক্ষেত্ৰখনত আপোনাৰ স্থিতি সবলভাবে প্ৰতিস্থিত

কৰিবলৈ মোৰ Webinar ত join কৰিব পাৰিব

Digital Coach, Chumki Boruah

Our Services

Who Can Learn Digital Marketing

Digital Marketing কাৰ বাবে?

১ আপুনি যদি Multiple Sources of Income

বিছাৰি আছে, তেতিয়া আপোনাৰ বাবে

২. আপুনি যদি Job or Business কৰি আছে, তাৰ লগতে আয়ৰ দ্বিতীয়টো Source বিছাৰে

৩. আপুনি যদি নিজকে Upskill/Digital কৰি ৰাখি,Grow হব বিছাৰিছে,

৪. ঘৰৰ পৰাই Digitally Income কৰিব বিছাৰিছে

৫.নিজৰ Websiteএটা নিজে বনাব বিছাৰিছে

৬.নিজৰ Businessটো Online লৈ নিব বিছাৰিছে

আৰু Business টো ১০ৰ পৰা ২০গুনলৈকে বৃদ্ধি কৰিব বিছাৰিছে

৭. Digital World ত নিজকে শক্তিশাৰী ৰূপত প্ৰতিষ্ঠিত কৰিব বিছাৰিছে